অসম এছোচিয়েছন দিল্লীৰ উদ্যোগত ১১ ছেপ্টেম্বৰত গুৰুজনাৰ তিথি

অসম এছোচিয়েছন দিল্লীয়ে অহা ১১ ছেপ্টেম্বৰত  গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ তিথি উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ ভৱনত আবেলি ৪ বজাৰপৰা ৭ বজালৈকে নাম প্ৰসংগ আৰু তাৰ পিচত ৭.৩০ বজাৰপৰা ৯বজালৈকে অসমৰপৰা আমন্ত্ৰিত শিল্পী আৰু লগতে স্থানীয় শিল্পীৰ দ্বাৰা এখনি ভাওনা অনুষ্ঠিত কৰিবলৈ মনস্থ কৰিছেে। যিসকল ব্যক্তিয়ে নাম-প্ৰসংগভাগিৰ বাবে কিবা অৱদান আগবঢ়াব খোজে তেখেতসকলক এছোচিয়েছনৰ উপসভাপতি শ্ৰী ৰূপেন গোস্বামী…