মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ তিৰোভাৱ তিথি উদযাপন – ২০১৭

মাননীয় সদস্য   / সদস্যাসকল, আপোনালোক সকলোৰে জ্ঞাতাৰ্থে জনোৱা হয় যে, অহা ইংৰাজী ২৩ আগষ্ট, ২০১৭, বুধবাৰে সন্ধিয়া ৬ বজাত শ্ৰীমন্ত শঙ্কৰদেৱ ভৱনত, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ তিৰোভাৱ তিথি উদযাপনৰ আয়োজন কৰা হৈছে। তদুপলক্ষে আপোনালোক সকলোলৈকে নিমন্ত্ৰণ জনোৱা হল ।তিথিৰ কাৰ্য্যসূচী তলত দিয়া হল । কাৰ্য্যসূচীঃ ৬.০০ বজা, সন্ধিয়া – নাম প্ৰসঙ্গ । ৮.৩০ বজা – প্ৰসাদ…